ভাৰতীয়
ৰাজনীতি
১. ৰাজ্যসভাৰ অধ্যক্ষ কোন?
২. ৰাষ্ট্রপতিয়ে লোকসভাত সংখ্যাগৰিষ্ঠতা অর্জন কৰা দলৰ
নেতাজনক কি পদত নিযুক্তি দিয়ে?
৩. কেবিনেট মন্ত্রী পৰিষদ সমূহীয়াকৈ কাৰ ওচৰত দায়ী?
8. ভাৰতবৰ্ষৰ মহান্যায়বাদীক কোনে নিযুক্তি দিয়ে?
৫. ৰাজ্য এখনৰ মুখ্যমন্ত্রীক কোনে নিযুক্তি দিয়ে?
৬. কেন্দ্রীয় মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন?
৭. চহৰ এখনৰ কোনটো প্রশাসনীয় গোটক স্থানীয়ভাৱে নিৰ্বাচন
কৰা হয়?
৮. ভাৰতত ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন?
৯. ভাৰতবৰ্ষৰ সংসদৰ সভা দুখনৰ নাম কি?
১০. লোকসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম
বয়স কিমান হোৱা প্রয়োজন?
১১. ভাৰতৰ ৰাষ্ট্রপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত
কৰিব পাৰে?
১২. লোকসভাৰ অধ্যক্ষক কোনে নির্বাচিত কৰে?
১৩. কেন্দ্রীয় কেবিনেট মন্ত্রীসকলক কোনে নিযুক্তি দিয়ে?
১৪. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC), ৰ অধ্যক্ষ আৰু সদস্যসকলৰ কাৰ্যকাল কিমান?
১৫. ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান?
১৬. লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান?
১৭. ভাৰতৰ সাধাৰণ নির্বাচন পোনপ্রথমে কোন চনত অনুষ্ঠিত
হৈছিল?
১৮. ভাৰতত ৰাষ্ট্ৰপতি নতুবা উপ-ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত
ভাৰতত কোনে ৰাষ্ট্ৰপতি হিচাপে কার্যনির্বাহ কৰে?
১৯. ৰাজ্যৰ ৰাজ্যপালৰ মৃত্যু হ'লে
বা তেওঁ পদত্যাগ কৰিলে, নতুন ৰাজ্যপাল এজনক নিযুক্তি প্রদান
নকৰালৈকে ৰাজ্যপালৰ দায়িত্বভাব কোনে পালন কবে?
২০. ড° বি. আব. আম্বেদকাৰে
ভাৰতীয় সংবিধানৰ কোনটো অধিকাৰক সংবিধানৰ 'অন্তৰ আত্মা'
আখ্যা দিছিল?
২১. লোকসভাৰ প্রথম অধ্যক্ষ কোন আছিল?
২২. ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে?
২৩. স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন আছিল?
২৪. পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় সংবিধান কেতিয়া সংশোধন কৰা
হৈছিল?
২৫. ভাৰতীয় জাতীয় পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান?
২৬. ২৪ নং অনুচ্ছেদে শিশু শ্রমৰ বাধা দিয়া ক্ষেত্র হ'ল
২৭. ভাৰতবৰ্ষক কিয় গণতান্ত্রিক ৰাষ্ট্র বুলি কোৱা হয়?
২৮. ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত
অবস্থিত?
২৯. ভাৰতৰ সংবিধানখন কেতিয়াৰপৰা বলবৎ কৰা হয়?
৩০. ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?
৩১. ভাৰতৰ জাতীয় পতাকাত থকা অশোক চক্রত কিমানডাল দণ্ড আছে?
৩২. স্বাধীন ভাৰতৰ প্রথম গবর্ণব জেনেৰেল কোন আছিল?
৩৩. ভাৰতৰ সংবিধানত বর্তমান কিমানটা অনুসূচী আছে?
৩৪. ভাৰতত হিন্দীৰ পিছতে সর্বাধিক কথিত ভাষাটো কি?
৩৫. ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ অন্তত কোনখন নতুন বাষ্ট্র
গঠিত হৈছিল?
৩৬. ভাৰতবৰ্ষত এজন নাগৰিকে কিমান বছৰ বয়সত ভোটাধিকাৰ লাভ
কৰে?
৩৭. 'ভাৰতীয় সংবিধানৰ পিতৃ' বুলি কাক আখ্যা দিয়া হয়?
৩৮. ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা
কৰিবলৈ প্রার্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে?
৩৯. এতিয়ালৈ মুঠ কেইটা আঞ্চলিক ভাষাক ভাৰতীয় সংবিধানে
স্বীকৃতি - প্রদান কৰিছে?
৪০. কোনখন বিধেয়ক কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি?
৪১. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে হিন্দীক ভাৰতৰ চৰকাৰী
ভাষা হিচাপে ঘোষণা কৰিছে?
৪২. ভাৰতৰ সংবিধানে নাগৰিকসকলৰ বাবে কিমানটা মৌলিক অধিকাৰ
প্রদান কৰিছে?
৪৩. কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে কোনো এখন ৰাজ্যত
ৰাষ্ট্ৰপতিব শাসন প্ৰৱৰ্তন কৰিব পাৰে?
৪৪. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান?
৪৫. কোনখন উচ্চ ন্যায়ালয়ে সর্বাধিক ৰাজ্যত ক্ষেত্ৰাধিকাৰ
সাব্যস্ত কবে?
৪৬. ভাৰতবৰ্ষৰ কোনখন বাজ্যৰ বিধানসভাৰ কাৰ্যকাল ৬ বছৰ?
৪৭. নির্বাচকমণ্ডলীৰ সংখ্যাৰ ভিত্তিত ভাৰতৰ ক্ষুদ্রতম
লোকসভা নির্বাচনী সমষ্টি কোনটো?
৪৮. ভাৰতৰ কোনখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ১৯৮২ চনত পোন
প্রথমবাৰৰ বাবে ইলেক্ট্ৰ'নিক ভোট গ্রহণ যন্ত্র (EVM) ব্যৱহাৰ কৰা হৈছিল?
৪৯. ভাৰতৰ পৰিকল্পনা আয়োগৰ সভাপতি কোন?
৫০. ভাৰতৰ কোনখন ৰাজ্যই লোকসভালৈ সর্বাধিক সদস্য নির্বাচিত
কৰি পঠিয়ায়?
উত্তৰ সমূহ
১. উপ-বাষ্ট্রপতি
২. প্রধানমন্ত্রী
৩. লোকসভা
৪. ৰাষ্ট্রপতি
৫. ৰাজ্যপাল
৬. প্রধানমন্ত্রী
৭. নগৰপালিকা নিগম বা পৌৰ নিগম
৩৪. তেলুগু
৮. ৰাজ্যপাল
৯. লোকসভা আৰু ৰাজ্যসভা
১০. ২৫ বছৰ
১১. দুজন সদস্য
১২. লোকসভাৰ সদস্যসকলে
১৩. ভাৰতৰ বাষ্ট্রপতিয়ে
১৪. ৬ বছৰ
১৫. ২৫০ জন
১৬. ৫৫২ জন (সর্বাধিক)
১৭. ১৯৫২ চনত
১৮. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
১৯. উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
২০. সাংবিধানিক প্রতিকাৰৰ অধিকাৰ
২১. জি. ভি. মাভালাংকাৰ
২২. ২১ খন
২৩. সবোজিনী নাইডু
২৪. ১৯৫১ চনত
২৫. ২:৩
২৬. বিপদসংকুল উদ্যোগত
২৭. ৰাষ্ট্ৰৰ মুৰব্বীজনক জনসাধাৰণৰ দ্বাৰা নির্বাচিত কৰা
হয়
২৮. নতুন দিল্লী
২৯. ২৬ জানুৱাৰী, ১৯৫০
৩০. ৫ বছৰ
৩১. ২৪ ডাল
৩২. চি. বাজাগোপালাচাৰী
৩৩. ১২ টা
৪৩. ৩৫৬ নং অনুচ্ছেদ
৩৫. বাংলাদেশ
৩৬. ১৮ বছৰ
৩৭. ড° বি. আব. আম্বেদকাৰ
৩৮. ৩৫ বছব
৩৯. ২২ টা ভাষা
৪০. বিত্তীয় বিধেয়ক
৪১. ৩৪৩ নং অনুচ্ছেদ
৪২. ৬টা
৪৪. ৬৫ বছৰ
৪৫. গুৱাহাটী উচ্চ ন্যায়ালয়
৪৬. জম্মু আৰু কাশ্মীৰ
৪৭. লাক্ষাদ্বীপ
৪৮. কেৰালা ৰাজ্যিক বিধানসভাৰ নির্বাচন
৪৯. ভাৰতৰ প্রধানমন্ত্রী
৫০. উত্তব প্রদেশ
৫১. ভাবতীয় সংসদৰ হাতত ন্যস্ত কৰা হৈছে
৫২. বাজস্থান
৫৩. দিল্লী
৫৪. ঋষি সুনক।
ধন্যবাদ
ReplyDeletePost a Comment