DETERMINERS & ARTICLES

(A, An আৰু The -ৰ ব্যৱহাৰ)

 

Uses of A, An and The

অসমীয়া ভাষাত অলপ, কিছুমান, সামান্য, যথেষ্ট, টো, জন, খন, খিলা, চটা, জোপা আদি নির্দিষ্টবাচক শব্দ ব্যৱহাৰ কৰি কোনো বস্তুক নির্দিষ্টকে দেখুওৱা হয়। যেনে- মানুহটো, গছজোপা, পানখিলা, টেবুলখন বুলিলে যিকোনো বস্তুৰ কথা নকৈ নির্দিষ্ট এটা মানুহ, এজোপা গছ, এখিলা পান, এখন টেবুলৰ কথা কোৱা হয়। এই নির্দিষ্টবাচক শব্দবোৰে বস্তুব সংখ্যা, পৰিমাণ, অবস্থা, অৱস্থিতি, সম্বন্ধ আদি বুজায়। ইংৰাজী ভাষাতো এনে নির্দিষ্টবাচক শব্দ বহুত আছে। সেইবোৰকে Determiner বোলা হয়। ইহঁত সাধাৰণতে Adjective.

Also read: TENSE ( কাল ) - English Grammer for Assamese Medium Students | Types of Tense -Definition with examples & all tenses’ structures!

 

ইংৰাজী ভাষাত, সচৰাচৰ ব্যৱহাৰ হোৱা Determiner-সমূহ হ'ল- a, am, the, this, that, these, those, very, every, other, another, each, each other, either, neither, much, many, little, few, several, some, any, all, one, two, three, four (আদি সংখ্যাবোৰ), my, mine, your, our, his, her, its, their, Rain's, Hari's, no, all ইত্যাদি।

 

এই Determiner-বোৰক সিহঁতৰ ব্যৱহাৰলৈ চাই কেবাভাগতো ভগোৱা হৈছে।

 

(a) Article: a, an, the

(b) Article like determiner: this, these, those.

(c) Cardinal determiner (সংখ্যাবাচক): one, two, three, four, five, six, etc.

(d) Ordinal determiner (ক্রমবোধক): first, second, third, fourth, fifth etc.

(e) Possessive determiner (সম্বন্ধবোধক): my, nine, your, our, ours, his, her, their, its, Barun's etc.

(f) Quantative (পৰিমাণবোধক): few, little, much, many, some, several, any, half, enough etc.

 

ARTICLES

 

A. An, The (অসমীয়াত টো, জন, খন, খিলা আদি বুজোৱা শব্দ) এই তিনিটাক Articles বোলে। Articles-ব উপযুক্ত অসমীয়া প্রতিশব্দ নাই। ইহঁত Adjective-এ দবে Noun-ৰ আগত বহে যদিও ইহঁতক Adjective বুলিব নোৱাৰি।

এজন মানুহ - A man

এজন ল'ৰা - A boy

এটা ছাতি - A umbrella

কিতাপখন - The book

এটা চাৰিটা বাক্যৰ প্ৰথম তিনিটাই যিকোনো এজন মানুহ, যিকোনো এজন ল'ৰা আৰু যিকোনো এটা ছাতিক বুজাইছে আৰু পাছৰ বাক্যটোৱে এখন নির্দিষ্ট কিতাপক বুজাইছে। গতিকে A আৰু An এই দুটাক Indefinite Article আৰু The-টোক Definite Article বোলা হয়। গতিকে আমি পালো যে Article দুবিধ- Indefinite আৰু Definite

 

1. A আৰু An-ৰ ব্যৱহাৰ:

(a) শব্দৰ প্ৰথম আখৰটো consonant 'লে সেই শব্দৰ আগত ও বহে।

যেনে- a man, a pen, a cow, a dog

 

(b) আৰম্ভণিতে vowel থকা শব্দৰ আগত an বহে কিন্তু তেনে শব্দৰ উচ্চাৰণ যদি u (ইউ)-ৰ দৰে হয় তেতিয়া সেই vowel (a, e, i, o, u) থকা শব্দৰ আগতো a হে বহে।

যেনে- a university, a unit, a European, a useful thing, a uniform, a union, a unique, gathering, a useful work.

 

(c) শব্দৰ আগত থকা ০ এই vowel-ৰ উচ্চাৰণ যদি "oa" (ওৱা)-ব দৰে হয় তেতিয়া তাৰ আগতো 'a' বহে।

যেনে- a one-rupee note, a one-eyed man, a one-man business.

 

(d) শব্দৰ প্ৰথম আখৰটো vowel 'লে তাৰ আগত An বহে। যেনে- an ox, an ink-pot, an umbrella, an elephant, as ass, an Assamese poet etc.

 

(e) শব্দৰ আদিতে থকা "h" আখৰটোৰ উচ্চাৰণ যদি vowel সদৃশ হয়, তেন্তে তাৰ আগতে "a"-ৰ পৰিবর্তে "an" বহে।

যেনে- an heir, an heiress, an heirloom, an honest person, an honorarium, an honorary job, an hohourable person, an hour (কিন্তু a hotel).


(f), আৰম্ভণিতে vowel sound থকা consonant-ৰ আগতো (বিশেষকৈ) Abberviation-ৰ (ক্ষেত্রত) an বহে। যেনে- An MA, an MLA, an SOS Message etc.

 

2. A আৰু An-ৰ ব্যৱহাৰ:

1. এটা বা এজন অর্থত - a boy, an elephant.

2. "Any". (যিকোনো অর্থত) - A student should prepare his lesson.

3. Singular Common Noun যেতিয়া গোটেই শ্রেণী বা জাতিটোকে বুজায়,

যেনে- A cow is a domestic animal.

A tiger is a beast of prey.

An ass is a beast of burden.

4. Uncountable Noun-ৰ আগত যেনে- Rice is a cereal. London is a city. A dog is an animal.

 

5. Proper যেতিয়া Common Noun হিচাপে ব্যৱহাৰ হয়, যেনে- A Daniel is come to judgement.

 

6. Plural Noun-ৰ আগত dozen, hundred, thousand আদি থাকিলে;

যেনে- I want a hundred rupees,

Lend me a dozend of pencils.

 

7. Noun-Qualify কৰা Adjective-ৰ আগত বহে।

যেনে- Switzerland is a big city.

A Lion is a ferocious animal.

 

৪. নির্দিষ্ট জোখ বা নিৰিখ বুজাবলৈ, যেনে- Sugar sells at Ra. 10 a kilogram.

 

9. The same (একেই) অর্থ বুজাবলৈ, যেনে- Birds of a feather flock together.

 

10. Preposition হিচাপে যেনে- The girl went a crying. They went a hunting.

 

11. যিবোৰ ভাববোধক অব্যয় (Interjection) What-ৰ দ্বাৰা আৰম্ভ হয়,

যেনে- What a shame! What a pity!

What a beautiful rose! (Exclamatory sentence-ৰ ক্ষেত্রত)।

 

12. Profession বা Occupation বুজাবলৈ (ব্যবসায়, জীরিকা),

যেনে- My brother is a teacher.

He hopes to be a doctor.

 

13. যেতিয়া Adjective-ৰ আগতো so বহে তেতিয়া a বা an-টো adjective আক Noun-ৰ মাজত বহে। যেনে- I have never known so wet a weather.

 

USES OF DEFINITE ARTICLE

1.    THE-ৰ ব্যৱহাৰ

2.    Much আৰু Many-ৰ ব্যৱহাৰ

3.    Few আৰু Little-ৰ ব্যৱহাৰ

4.    Some আৰু Any-ৰ ব্যৱহাৰ

5.    Each আৰু Every-ৰ ব্যৱহাৰ

6.    Either আৰু Neither-ৰ ব্যৱহাৰ

7.    No, Not, None, Noy any আদিৰ ব্যৱহাৰ

8.    Noun in Apposition-ৰ ব্যৱহাৰ

9.    Enough

10. Less, Least -ৰ ব্যৱহাৰ

11. More/Most

12. A (বা An) / another one

13. Article like Determiner

14. সংখ্যাবাচক Determiner

15. Possessive Determiner

16. Pre-determiners (All, both half.) আদিৰ ব্যৱহাৰ

Post a Comment

أحدث أقدم