কাল (TENSE)
কোনা
কাৰ্য্য বা অৱস্হাৰ সময় বুজাবলৈ লগতে এই কাৰ্য্য বা অৱস্হা চলি আছে নে ভৱিষ্যৎ
হবনে সম্পূৰ্ণ হৈছে তাকে বুজাবলৈ ক্ৰিয়া (verb) ৰ যি ৰূপ ব্যৱহাৰ কৰা হয় তাকে tense বা ক্ৰিয়াৰ কাল বোলে ৷
Tense তিনি প্ৰকাৰৰ :
1) Present Tense (বৰ্তমান কাল )
2) Past Tense (অতীত কাল )
3) Future Tense (ভৱিষ্যত কাল )
Also read: Determiners & Articles: Uses of A, An and The | English Grammar in Assamese
Ø আকৌ, Present Tense চাৰি প্ৰকাৰৰ :
1) Present Indefinite Tense Or Simple
Present Tense
2) Present Continuous Tense
3) Present Perfect Tense
4) Present Perfect Continuous
Tense
আকৌ Past Tense চাৰি প্ৰকাৰৰ :
1) Past Indefinite Tense Or Simple
Past Tense
2) Past Continuous Tense
3) Past Perfect Tense
4) Past Perfect Continuous Tense
আকৌ, Future Tense চাৰি প্ৰকাৰৰ :
1) Future Indefinite Tense Or Simple
Future Tense
2) Future
Continuous Tense
3) Future
Perfect Tense
4)
Future Perfect Continuous Tense
1.
PRESENT INDEFINITE TENSE
গঠন
: 1) Subject + Main Verb +Object
2) Subject + Main Verb + S/es
+Object
3) Subject + Be Verb (Am/Is/Are)
+ Object
Ø যিবোৰ বাক্যৰ কোনো এটা
কাম অভ্যাসগত বা চিৰসত্য অৰ্থ প্ৰকাশ কৰে তেনেবোৰ বাক্যক Present Indefinite
Tense ত
লিখা হয় ৷ এই Tense ত Subject টো Third
Person Singular Number হ’লে Main
Verb ৰ
পাছত S বা Es যোগ কৰা হয় আৰু যদিহে
বাক্যটোত Main Verb নাথাকে তেন্তে Helping
Verb ( Am/Is/Are) ৰ সহায় লোৱা হয় ৷
Main Verb থাকিলে :
Person/Number |
Subject |
Main Verb (go) |
1st singular |
I |
Go |
1st plural |
We |
Go |
2nd singular /plural |
You |
Go |
3rd singular |
He/she/it/Ram |
Goes |
3rd plural |
They |
Go |
Main Verb নাথাকিলে :
Person/Number |
Subject |
Main Verb |
1st singular |
I |
Am |
1st plural |
We |
Are |
2ng singular / plural |
You |
Are |
3rd singular |
He /she/it/Ram |
Is |
3rd plural |
They |
Are |
উদাহৰণ
:
তেওঁ
সদায় স্কুললৈ যায় – He
goes to school every day.
মানুহ
মৰণশীল - Man
is mortal.
গাখীৰ
বগা - Milk
is white.
মৌ
জোল মিঠা - Honey
is sweet.
তেওঁৰ
দেউতাক এজন শিক্ষক - His father is a teacher.
বেলি
পূৱফালে উদয় হয় - The Sun rises in the east.
Ø কোৱা লগে লগে কামটো সম্পন্ন হোৱা বুজালে Present Indefinite tense ত লিখা হয় ৷
যেনে : মই আহোঁ –I come
মই যাওঁ -I go
Ø ভৱিষ্যতৰ এক নিদিষ্ট সময়ত কোনো এটা কাম নিশ্চিতকৈ হ’ব বুজালে Present indefinite tense ত লিখা হয় ৷
যেনে : তেওঁ কালিলৈ যোৰহাট যাব – He goes to Jorhat tomorrow.
তেওঁ কালিলৈ গুৱাহাটি
এৰিব – He leaves for Guwahati tomorrow.
2. PRESENT CONTINUOUS TENSE
গঠন : Subject +Be Verb (am/is/are)
+Main Verb + ing +Object
Ø যিবোৰ বাক্যৰ কোনো এটা
কাম বৰ্তমানত হৈ থকা বা চলি থকা বুজায় তেনেবোৰ বাক্যক Present Continuous tense ত লিখা হয় ৷
যেনে – তুমি এতিয়া পঢ়ি
আছা – You are reading now.
তেওঁ এখন চিঠি লিখি আছে - He is writing a letter.
বৰষুণ দি আছে - It is raining now.
ৰীণাই গান গায় আছে - Rina is singing a song.
Ø কোনো এটা বাক্যৰ কৰ্তাৰ
ইচ্ছা বা সম্ভাৱনা আদি অৰ্থ প্ৰকাশ কৰিবলৈ Present Continuous tense ত লিখা হয় ৷ এই Tense এ ভৱিষ্যত কোনো এটা কাম
সম্পাদনা হ’ব বুজায় আৰু ইয়াক প্ৰকাশ কৰিবলৈ Helping Verb হিচাপে “going to” Form ব্যৱহাৰ কৰা হয় ৷ এই “ going to ” Form ব্যৱহাৰ কৰিলে Main Verb ৰ পাছত ing ব্যৱহাৰ কৰা নহয় ৷
যেনে : (i) মই তেওঁলৈ এখন চিঠি লিখিম
I am going to write a letter to him.
(ii) এতিয়া বৰষুণ
দিব পাৰে
It is going to rain now .
PERSON /NUMBER |
SUBJECT |
BE VERB |
MAIN VERB |
1st person singular |
I |
Am |
Going |
2nd person plural |
We |
Are |
Going |
2nd person singular / plural |
You |
Are |
Going |
3rd singular |
He/she/it/Ram |
Is |
Going |
3rd plural |
They |
Are |
Going |
3. PRESENT PERFECT TENSE
গঠন : Subject + Be verb ( Have/Has ) + V3 (past participle of main verb) +object
Ø যিবোৰ বাক্যৰ কোনো এটা
কাম এইমাত্ৰ শেষ হোৱা বুজায় তেনেবোৰ বাক্যক Present perfect tense ত লিখা হয় ৷
যেনে :
তুমি অংকটো কৰিলা - You have done the sum .
তেওঁ এইমাত্ৰ কামটো শেষ কৰিলে – He has finished the work just now.
মই নাটকখন চালো- I have watched the drama .
Ø অতীতত হোৱা কোনো এটা কামৰ
ফল বৰ্তমানত ভাবিলে Present perfect tense ত লিখা হয় ৷
Ø যেনে :
i.
তেওঁ সৰুকালতে তেওঁৰ মাক দেউতাকক হেৰুৱালে
He has lost his parents in
childhood.
ii.
মই তেওঁক দহ বছৰ ধৰি লগ পোৱা নাই
I have not met him for ten years.
Person/number |
subject |
Be verb |
Main verb (go) |
1st person /singular |
I |
Have |
Gone |
1st plural |
We |
Have |
Gone |
2nd singular/ plural |
You |
Have |
Gone |
3rd singular |
He/she/it/Ram |
Has |
Gone |
3rd plural |
They |
Have |
Gone |
4.
PRESENT PERFECT CONTINUOUS TENSE
গঠন : Subject + Be verb(have been /
has been ) + main Verb +ing + Object
Ø যিবোৰ বাক্যই কোনো এটা
কাম অতীতত আৰম্ভ হৈ বৰ্তমান লৈকে একেৰাহে চলি থকা বুজায় তেনেবোৰ বাক্যক Present Perfect Continuous tense ত লিখা হয়৷ এই tense ৰ বাক্যটোত “ধৰি” শব্দটো উল্লেখ থাকিলে সময়ৰ আগত “For” আৰু “পৰা” শব্দটো উল্লেখ থাকিলে “Since” ব্যৱহাৰ কৰা হয় ৷
যেনে : আজি ৰাতিপুৱাৰ পৰা বৰষুণ
দি আছে
It has been raining since today
morning.
Person/Number |
Subject |
Be verb |
Main Verb(go) |
1st /Singular |
I |
Have been |
Going |
1st /Plural |
We |
Have been |
Going |
2nd /Singular/plural |
You |
Have been |
Going |
3rd /Singular |
He/She/It/Ram |
Has been |
Going |
3rd /Plural |
They |
Have been |
Going |
5.
PAST INDEFINITE TENSE OR SIMPLE PAST TENSE
গঠন : 1) Subject + Past tense of main verb + Object
2)Subject +Be Verb (was/were) +
Object
Ø যিবোৰ বাক্যৰ কোনো এটা
কাম অতীততে কৰা বা হোৱা বুজায় আৰু বৰ্তমানৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাথাকে ৷
তেনেবোৰ বাক্যক Past indefinite tense ত লিখা হয়
যদিহে এই Tense ত Main Verb নাথাকে তেন্তে Helping Verb(was/were) ৰ সহায় লোৱা হয় ৷
যেনে : মই যোৱা কালি তেওঁক
যোৰহাটত লগ পাইছিলো – I met him in Jorhat yesterday.
মই যোৱাকালি ঘৰলৈ গৈছিলো – I went to house yesterday.
মই কলমটো হেৰুৱালো – I lost my pen.
Main verb থাকিলে –
Person /number |
Subject |
Main verb (go) |
1st Singular |
I |
Went |
1st Plural |
We |
Went |
2nd Singular/ plural |
You |
Went |
3rd Singular |
He/she/it/Ram |
Went |
3rd Plural |
They |
Went |
Main verb নাথাকিলে –
Person /number |
Subject |
Be verb |
1st singular |
I |
Was |
1st plural |
We |
Were |
2nd singular / plural |
You |
Were |
3rd singular |
He /she/it/Ram |
Was |
3rd plural |
They |
Were |
6.
PAST CONTINUOUS TENSE
গঠন : Subject + Be verb ( was/were) + main verb +ing + object
Ø যিবোৰ বাক্যৰ কোনো এটা
কাম অতীতত হৈ থকা বা চলি থকা বুজায় তেনেবোৰ বাক্যক past continuous tense ত লিখা হয় ৷
যেনে :
মানুহজনে ৰাতিপুৱা কাম কৰি আছিল
– The man was working in the
morning .
কালি ৰাতিপুৱা বৰষুণ দি আছিল
– It was raining in the yesterday
morning .
তাই ৰাতিপুৱা অংক কৰি আছিল
– She was doing the sum in the
morning.
Ø অতীততে হোৱা দুটা কামৰ
যিটো অতীততে হোৱা বুজায় সেইটো Past continuous tense ত লিখা হয় আৰু বাকীটো Simple Past ত লিখা হয় ৷
যেনে : মই যেতিয়া তেওঁৰ ঘৰলৈ
গৈছিলো তেওঁ পঢ়ি আছিল
– when/while I went to his house he was reading.
মই যেতিয়া তেওঁক লগ পাইছিলো তেওঁ এখন চকীত বহি আছিল
– when I met him he was sitting on
a chair.
Number/Person |
Subject |
Be Verb |
Main Verb (Go) |
1st /singular |
I |
Was |
Going |
1st /plural |
We |
Were |
Going |
2nd /singular/plural |
You |
Were |
Going |
3rd /singular |
He/She/It/Ram |
Was |
Going |
3rd /plural |
They |
Were |
Going |
7. PAST PERFECT TENSE
গঠন : Sub + Be Verb (Had) + Past
Participles of main verb + Object
Ø অতীততে হোৱা দুটা কামৰ
যিটো অগতে হোৱা বুজায় সেইটো Past Perfect Tense ত আৰু বাকীটো Simple Tense ত লিখা হয় ৷ বাক্যটোত “আগতে” শব্দটো থাকিলে Past Perfect টো আগতে লিখা হয় ৷ আনহাতে “পাছত” থাকিলে Past Perfect tense টো পাছত লিখা হয় ৷
যেনে : ডাক্তৰজন অহাৰ আগতে
বেমাৰীজন ঢুকাল
-The patient had died before the doctor
came.
বেমাৰীজন মৰাৰ পাছত ডাক্তৰজন আহিল
- The doctor came after the
patient had died.
সিহঁতে আহি পোৱাৰ আগতে
আমি গুচি গ’লো
- We had left before they came.
হাত-মুখ ধোৱাৰ পাছত আমি
ফুৰিবলৈ গ’লো
- After we had washed up we went for a walk
তেওঁলোকে ষ্টেচন গৈ পোৱাৰ
আগতে ৰে’লখন এৰিলে
- The train had left before they
reached the station.
Person/number |
Subject |
Be verb |
Main verb (GO) |
1st singular |
I |
Had |
Gone |
1st plural |
We |
Had |
Gone |
2nd singular/plural |
You |
Had |
Gone |
3rd singular |
He/she/it/Ram |
Had |
Gone |
3rd plural |
They |
Had |
Gone |
8.
PAST PERFECT CONTINUOUS TENSE
গঠন : Subject +Be Verb (had) + Been +
Main Verb+ Ing + Object
Ø অতীতত কোনো এটা কাম আৰম্ভ
হৈছিল আৰু নিদিষ্ট সময় লৈকে চলি আছিল এনে অৰ্থ বুজাবলৈ Past Perfect Continuous Tense ত লিখা হয় ৷ যেনে :
তেওঁ তিনি বছৰ ধৰি অসমতে
বাস কৰিছিল
– He had been living in Assam for Three
years.
যোৱা পোন্ধৰ বছৰ ধৰি মই এইখন স্কুলত
কাম কৰি আছো
– I had been serving in This school for last Fifteen
years.
Person /number |
Subject |
Be verb |
Main verb (go) |
1st person/singular |
I |
Had been |
Going |
1st plural |
We |
Had been |
Going |
2nd singular/plural |
You |
Had been |
Going |
3rd singular |
He/she/it/Ram |
Had been |
Going |
3rd plural |
They |
Had been |
Going |
9.
FUTURE INDEFINITE TENSE
গঠন : Subject + Be Verb (shall/will) +
present tense of main verb + object
Ø যিবোৰ বাক্যই কোনো এটা
কাম ভৱিষ্যতে হোৱা বুজায় ৷ তেনেবোৰ বাক্যক future indefinite tense ত লিখা হয় ৷ যেনে :
অহাকালি মই তোমালোকৰ ঘৰলৈ যাম – I shall go to your house
tomorrow.
তেও অহাকালি আমাৰ ঘৰলৈ আহিব – He will come to our house
tomorrow.
অহাকালি চাৰি বজাত মই তোমাক লগ
কৰিম – I shall meet you at 4 o’ clock tomorrow.
Person/number |
Subject |
Be verb |
Main verb (go) |
1st singular |
I |
Shall |
Go |
1st plural |
We |
Shall |
Go |
2nd singular/plural |
You |
Will |
Go |
3rd singular |
He/she/it/Ram |
Will |
Go |
3rd plural |
They |
Will |
Go |
10.
FUTURE
CONTINUOUS TENSE
গঠন : Subject + Be Verb +(shall be/will be) +
main verb + ing +object
Ø যিবোৰ বাক্যৰ কোনো এটা
কাম ভৱিষ্যত সময়ত হৈ থাকিব বা চলি থাকিব তেনেবোৰ বাক্যক Future continuous tense ত লিখা হয় ৷
যেনে : তুমি কলৈ যাবা –Where will you be going ?
মই তোমালৈ বাট চাই থাকিম – I shall be waiting for you.
ৰাতি মই শুই থাকিম – I shall be sleeping at night.
Person/Number |
Subject |
Shall be |
Main Verb |
|
1st /Singular |
I |
Shall be |
Going |
|
2nd /Plural |
We |
Shall be |
|
|
2nd /Singular/Plural |
You |
Shall be |
Going |
|
3rd /Singular |
He/She/It/Ram |
Shall be |
Going |
|
3rd /Plural |
They |
Shall be |
Going |
|
11.
FUTURE PERFECT TENSE
গঠন : Subject + Be Verb (Shall
Have/Will Have) + V3 + Object
Ø কোনো এটা কাম ভৱিষ্যতৰ
কোনো নিদিষ্ট সময়ত বা তাৰ আগতেই কাম হ’ব বুজালে Past Perfect tense ত লিখা হয় ৷
যেনে : মই তিনি বজালৈ এই কামটো
কৰি থাকিম
– I shall have done this work by 3pm .
ছাত্ৰ – ছত্ৰীসকলক অহা
মাৰ্চ মাহত দ্বাদশ শ্ৰেণীলৈ উৰ্ত্তীৰ্ণ কৰাই দিয়া হ’ব
– The students will have been
promoted to class xii by next march.
Person /number |
Subject |
Be verb |
Main verb (go) |
1st person |
I |
Shall have |
Gone |
1st plural |
We |
Shall have |
Gone |
2nd singular/plural |
You |
Will have |
Gone |
3rd singular |
He/she/it/Ram |
Will have |
Gone |
3rd plural |
They |
Will have |
Gone |
12.
FUTURE PERFECT CONTINUOUS
TENSE
গঠন : Subject + Be Verb(Shall have
/Will have + Been) + Main Verb
+ Ing + Object.
Ø ভৱিষ্যতৰ কোনো এটা কাম আন
এটা কাম আৰম্ভ হোৱাৰ আগলৈকে চলি থাকিব বা চলি থকা বুজালে Future Perfect Continuous Tense ত লিখা হয় ৷
যেনে : তেওঁ অহাৰ আগতেই মই কিতাপ
পঢ়ি থাকিম ৷
- I shall have been reading the
book before he comes.
বেলি ডুব যোৱালৈকে তেওঁ
কাম কৰিয়েই থাকিব ৷
- He will have been working till
the sun sets .
Person/number |
Subject |
Be verb |
Main verb (go) |
1st person /singular |
I |
Shall have been |
Going |
1st plural |
We |
Shall have been |
Going |
2nd singular/plural |
You |
Will have been |
Going |
3rd singular |
He/she/it/Ram |
Will have been |
Going |
3rd plural |
They |
Will have been |
Going |
আৱশ্যকীয় চৰ্তসমূহ :
Ø বাক্যটোত যদি as if, it is, wish(ইচ্ছা),
as though(যদিওৱা), all though(যদিও) আদি
শব্দবিলাক থাকিলে Simple past tense ত লিখা হয় ৷
Ø বাক্যটোত যদি as soon as থাকে তেতিয়া বাক্যটো Past perfect tense ত লিখা হয় ৷
Ø বাক্যটোৰ দুটা অংশৰ এটা
অংশ যদি Present indefinite tense ত থাকে তেন্তে আনটো অংশ Future indefinite tense ত লিখা হয় ৷
Ø বাক্যটোৰ দুটা অংশৰ এটা
অংশত যদি would, could, should, থাকে তেন্তে আনটো অংশ Simple past tense ত লিখা হয় ৷
Ø বাক্যটোৰ দুটা অংশৰ এটা
অংশ যদি would have, could have, should
have থাকে তেন্তে আনটো অংশ Past perfect tense ত লিখা হয় ৷
Ø বাক্যটোত যদি Still শব্দটো থাকে তেন্তে Past continuous ত লিখা হয় ৷
Ø বাক্যটোত যদি main verb টো negative form (যেনে : not meet, not write, not read) ত থাকে তেন্তে বাক্যটো Present perfect tense ত লিখা হয় ৷
Ø Hurry up থাকিলে বাক্যটো Present continuous tense ত লিখা হয় ৷
Ø বাক্যটোত যদি দুটা অংশৰ
এটা অংশ যদি Past indefinite tense ত থাকে তেন্তে আনটো অংশ Past continuous tense ত লিখা হয় ৷ আৰু এই বাক্যবিলাকত “When” বা While ৰ ব্যৱহাৰ বেছি দেখা যায়
৷ “Until” থাকিলে Future indefinite tense ত লিখা হয় ৷
Post a Comment