উত্তৰ : The Old Man and the Sea.
২) প্ৰশ্ন : শ্বেক্সপীয়েৰে মুঠতে কিমানখন নাট লিখিছিল?
উত্তৰ : ৩৭ খন।
৩) প্ৰশ্ন : ‘ইংৰাজী কবিতাৰ জনক’ বুলি কাক কোৱা হয়?
উত্তৰ : জিওফ্ৰি চচাৰক।
৪) “মোৰ মায়েই মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস”- ভাৰতত জন্ম গ্ৰহণ কৰা কিৰণ দেশায়ে ২০০৬ চনৰ “বুকাৰ বঁটা” লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল। কোনখন উপন্যাসৰ বাবে তেওঁ ‘বুকাৰ বঁটা’ লাভ কৰিছে?
উত্তৰ : দাঁ ইনহেৰিটেন্স অৱ লছ’ (The Inheritance of Loss)
৫) প্ৰশ্ন : কোনজন লেখকক এছিয়াৰ ‘হোমাৰ’ বোলা হয়?
উত্তৰ : ফিৰদৌছি।
৬) প্ৰশ্ন : “Dr. Jekyll and Mr. Hyde” কোনে লিখিছে?
উত্তৰ : ৰৰ্বাট লুইছ ষ্টিভেনছনে।
৭) প্ৰশ্ন : ‘Glimpses of world History’ কোনে লিখিছে?
উত্তৰ : জৱাহৰলাল নেহৰু।
৮) প্ৰশ্ন : বিখ্যাত ফৰাচী লেখক ভল্টেয়াৰৰ প্ৰকৃতত নাম কি?
উত্তৰ : ফ্ৰাচোঁৱা মেৰী অৰুৱে।
৯) প্ৰশ্ন : ইংলেণ্ডৰ কোনগৰাকী প্ৰধানন্মন্ত্ৰীয়ে কি গ্ৰন্থ ৰচনাৰ বাবে কিমান চনত সাহিত্য নোবেল বঁটা পাইছিল?
উত্তৰ : চাৰ উইনষ্টন লিওনাৰ্ড চাৰ্চিলে ; তেও৬ৰ ছটা খণ্ডত লিখা ‘দ্য চেকেণ্ড ৱৰ্লড ৱাৰ’ নামৰ গ্ৰন্থখনৰ বাবে, ১৯৫৩ চনত।
১০) প্ৰশ্ন : Croward’s die many a time before death – এই বিখ্যাত উক্তিটোৰ লিখক কোন?
উত্তৰ : শ্বেক্সপীয়েৰ।
১) Dead Sea কোন দুখন দেশৰ মাজত অৱস্থিত?
উ:- জৰ্ডান আৰু ইজৰাইল ।
২) Bermuda triangle নামৰ ৰহস্যময় ঠাই খন কোন খন মহাসাগৰত অৱস্থিত?
উ:- আটলাণ্টিক মহাসাগৰ ।
৩) কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়?
উ:- চুইজাৰলেণ্ড ।
৪) সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- জাপান ।
৫) বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- ভূটান ।
৬) আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি?
উ:-আফ্ৰিকা ।
৭) শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:-থাইলেণ্ড ।
৮) বিশ্বত মুঠ কেইখন মহাসাগৰ আছে?
উ:- ৫ খন ।
৯) বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?
উ:- ৭ খন ।
১০) হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- ফিনলেণ্ড।
১১) কোন খন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয়?
উ:- পামিৰ মালভূমি ।
১২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি?
উ:- গ্ৰীণলেণ্ড ।
১৩) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্য খনৰ নাম কি?
উ:-আমাজান ।
১৪) অসমৰ কোনখন ঠাইক পূবৰ আমাজান বুলি কোৱা হয়?
উ:- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান।
১৫) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?
উ:- ৫১ খন ।
১৬) কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল?
উ:- ১৯৪৫ চনৰ ২৪ অক্টোবৰ ।
১৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি?
উ:- এণ্ডিছ ।
১৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি?
উ:- হিমালয় ।
১৯) কোন খন দেশক 'Battle ground of Europe' বুলি কোৱা হয়?
উ:- বেলজিয়াম ।
(২০) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।
(২১) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া নাম কি?
উত্তৰ : ৰঞ্জন গগৈ ৷
(২৩) প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা কৰোতা ?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।
(২৪) ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ: সুৰেন্দ্ৰনাথ বুঢ়াগোঁহাই ৷
(২৫) প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া ?
উত্তৰ : আনন্দৰাম বৰুৱা।
(২৬) অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া ?
উত্তৰ : ড° টালিমেৰেণ আও ৷
(২৭) এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা।
(২৮) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।
(২৯) সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।
(৩০) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল ?
উত্তৰ : হলিৰাম ডেকা।
(৩১) প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল
উত্তৰ : বিষ্ণুৰাম মেধি (তামিলনাডু) ৮ জানুৱাৰী, ১৯৫৭ চনৰপৰা ৪এপ্ৰিল ১৯৬৪ চন পৰ্যন্ত।
(৩২) পি এইচ ডি লাভ কৰা প্ৰথমজন অসমীয়া নাম কি ?
উত্তৰ : মঃ ময়িদুল ইছলাম বৰা ৷
(৩৩) স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল ?
উত্তৰ: গোপীনাথ বৰদলৈ ৷
(৪৪) ভাৰতৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : গোপীনাথ বৰদলৈ ৷
(৩৫) অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : দৌৰবিদ ভোগেশ্বৰ বৰুৱা (১৯৬৬ চন) ৷
إرسال تعليق